NEXORA WhatsApp

নেক্সোৰা / অসমীয়া

আপোনাৰ ব্যৱসায়ৰ ৱেবছাইট,অসমতে বনোৱা।

গুৱাহাটীৰ পৰা আমি অসম আৰু উত্তৰ-পূৱৰ ব্যৱসায়ৰ বাবে ৱেবছাইট আৰু এপ বনাওঁ। নিজ হাতে ডিজাইন কৰা, ফোনত সুন্দৰকৈ চলা।

বিনামূলীয়া ডেমো বনাওক

আমি কি বনাওঁ

  • ৱেবছাইট। কেফে, ৰেষ্টুৰেণ্ট, বুটিক, ক্লিনিক, কোচিং চেণ্টাৰ, হোমষ্টে।
  • অনলাইন দোকান। অৰ্ডাৰ পোনপটীয়াকৈ আপোনাৰ WhatsAppলৈ।
  • লেজাৰ এপ। জমা-খৰচ, গ্ৰাহকৰ খাতা, PDF ষ্টেটমেণ্ট।
  • বিলিং এপ। GST বিল, WhatsAppত পঠাব পাৰি।

কিয় নেক্সোৰা

  • কোনো টেমপ্লেট নাই। প্ৰতিটো ৱেবছাইট এটা ব্যৱসায়ৰ বাবেহে।
  • অসমীয়া আৰু ইংৰাজী। দুয়োটা ভাষাৰ মাজত সলনি কৰিব পাৰি।
  • ২ ৰ পৰা ৪ সপ্তাহত লাইভ।
  • ডমেইন আৰু ৱেবছাইট আপোনাৰ নিজৰ।

সঘনাই সোধা প্ৰশ্ন

ৱেবছাইট এটা বনাবলৈ কিমান সময় লাগে?

সাধাৰণতে ২ ৰ পৰা ৪ সপ্তাহ।

মোৰ ৱেবছাইট অসমীয়াত হ'ব পাৰিবনে?

হয়। অসমীয়া আৰু ইংৰাজী, দুয়োটা ভাষাত।

খৰচ কিমান?

প্ৰতিটো কাম বেলেগ, সেয়েহে আপোনাৰ প্ৰয়োজন শুনি তাৰ পিছতহে দাম কওঁ। WhatsApp কৰক: +91 60025 10953

আপোনালোক ক'ত আছে?

গুৱাহাটী, অসম। গোটেই অসম আৰু উত্তৰ-পূৱৰ ব্যৱসায়ৰ লগত কাম কৰোঁ।